Advertisement

Cine artiste Anup Hazarika suffering from kidney ailment, family seeks help and support

Cine artiste Anup Hazarika suffering from kidney ailment, family seeks help and support এগৰাকী ৰোগাক্ৰান্ত শিল্পীক আৰোগ্য কৰাৰ আশাশুধীয়া প্ৰচেষ্টা। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বিশিষ্ট চিত্ৰশিল্পী আৰু কলা নিৰ্দেশক অনুপ হাজৰিকা। প্ৰসিদ্ধ ভাস্কৰ, চিত্ৰকৰ প্ৰয়াত লম্বোদৰ হাজৰিকাৰ পুত্ৰ অনুপ হাজৰিকাক সহায়ৰ বাবে আগবাঢ়ি আহিছে জংগম তেজপুৰ আৰু বাণ থিয়েটাৰ। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ অসমবাসীক আহ্বান জনাইছে পৰিয়ালটোৰ সদস্যই।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Sick Cine Artist,Tezpur News,Anup Hazarika Sick,Kidney Ailments,Assam News,Assam,News Live Assam,News Live,

Post a Comment

0 Comments